সেয়া আছিল আমাৰ মধুচন্দ্ৰিকাৰ প্ৰথমটো ৰাত্ৰি৷হিল ষ্টেছন মই বেয়া পাওঁ৷জনঅৰণ্যৰ পৰা দুৰৈত অৱস্থিত নামমাত্ৰ জনসমষ্টিৰে গঠিত প্ৰকৃতিৰ হিমশীতল আৰু নিস্তব্ধ সভ্যতা৷অতীজত হয়তো ঋষি-মুনিসকলে জনঅৰণ্যৰ কোলহালৰ পৰা নিজকে নিলগাই প্ৰকৃতিৰ এই নিৰৱ সম্ৰাজ্যক আলিংগন কৰি জন্ম দিছিল তত্ত্ব আৰু দৰ্শনৰ৷পিছে মই এজন নিচেই সাধাৰণ ব্যক্তি,চহৰৰ মাজমজিয়াত জন্মলাভ কৰা মোৰ বাবে কংক্ৰিতৰ সভ্যতা,হাইউৰুমি আৰু কোলহালবোৰেই অধিক আপোন৷অৱশ্যে তাইৰ কথা সুকীয়া৷তাইটো দৰ্শনৰে ছাত্ৰী সেয়ে হয়টো কিছু অৰ্ন্তমুখী,ভাবুক আৰু নিৰবতাৰ পূজাৰিনী৷মই আকৌ ৰসায়নৰ ছাত্ৰ৷কোৱান্টাম মেকানিকছৰ সমীকৰণৰ মাজত ৰস বিচাৰি পোৱা মোৰ অন্তসত্বাক জনশূণ্য পাহাৰে আকৰ্ষণ কৰিবলৈ সমুলঞ্চেই অসমৰ্থ৷মই ৰঙীণ মেজাজৰ নৱবিবাহিত বয়সে মাত্ৰ ত্ৰিশৰ দেওনাক অতিক্ৰমহে কৰিছে তাকো আকৌ বিশ্ববিদ্যালয়ৰ দিনৰ প্ৰেমিকাক জীৱন সংগী কৰি পাইছো৷হিল ষ্টেচনত হনিমুন৷ন’ ৱে তাতকৈ গোৱাৰ বীচ বা আগ্ৰাৰ তাজমহল৷মই প্ৰেমিক চৰাই৷মাজে-মাজে কোৱান্টাম সমীকৰণৰ নাদৰ পৰা ওলাই দুই-এক কবিতাও লিখো৷তাই মোৰ কবিতাৰ প্ৰেমত পৰিছিল আৰু মই তাইৰ ব্যক্তিত্বৰ৷ব্যক্তিত্বৰ দিশেৰে আমি দুয়ো পৰস্পৰৰ বিপৰীত তাই যদি শান্ত নিউক্লীয়াছস্থিত প্ৰটন মই তাইৰ জীৱনৰ কক্ষপথত পৰ্য্যবৃত্ত গতিৰে ঘুৰ্ণীয়মান অশান্ত ইলেকট্ৰন৷প্ৰটনে ইলেকট্ৰনক আকৰ্ষণ কৰে আৰু ইলেকট্ৰনে প্ৰটনক আৰু তেনেকৈ সৃষ্টি হ’য় কেমিকেল বোণ্ডৰ কেতিয়াবা থুনুকা আয়নিক আৰু আন কেতিয়াবা শক্তিশালী কভেলেন্ট বণ্ড৷আমাৰ প্ৰেমপাশ হয়তো একপ্ৰকাৰৰ কভেলেন্ট বণ্ড কিয়নো বিশ্বাস প্ৰেমৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু আমি পৰস্পৰক গভীৰ বিশ্বাস ও সন্মান কৰো৷হয়তো এনে কোনো কথা নাই আমাৰ মাজত যাক সকলোৰে আলক্ষিতে কবৰ দিয়া হ’ল গোপন ফাগুণৰ লঠঙা পাতবোৰৰ তলত৷আস কিন্তু তাইৰ জিদৰ সন্মুখত মোৰ উৰণীয়া মৌহেন চৰিত্ৰই নিচৰ্ত আত্মসমৰ্পণ কৰিলে আৰু সেয়ে আজি গোৱাৰ বীচত শীতল বিয়েৰৰ স্ৰোত গলাধাৰণ কৰাৰ সলনি হিমশীতল হিলষ্টেচনত বহি গিলাচত গৰম পানী বাকি অল্ড মংক গিলি আছো৷“অৰ্ন্তমুখী মানুহবোৰ কিন্তু ভীষণ জেদী হয়“ অল্ড মংক সৃষ্ট ৰিমঝিম ৰিমঝিম অনুভূতিক চুম্বন কৰি স্বগতোক্তি কৰিলো আৰু তাইক চুম্বন কৰা ওঠেৰে এৰি দিলো এমুঠিমান কুণ্ডলী পকোৱা নিক’টিনৰ বিষাক্ত ধোৱা৷ডপ এপাইন আৰু এপিনেফ্ৰিন ৰক্তধাৰা হৈ বৈছে৷
“অ’হ বেলি পৰিল কি নপৰিল আমাৰ দেৱবাবুৰ আৰম্ভ হৈয়েই গ’ল,মধুচন্দ্ৰিকাৰ প্ৰথম নিশাও দেববাবু অসমৰ্থ পাৰ’ৰ অতীতক পাহৰিবলৈ আৰু এইযে ধোৱাসোপা উস কি যে এক উৎকট গোন্ধ!“ অভিব্যক্তিত কিছু কৃত্ৰিম খং ধালি তাই মোক মৰমসনা আমনি কৰিবলৈ আৰম্ভ কৰিলে৷“আস চন্দ্ৰমুখীজনী৷তোমাৰ দেৱবাবুটো প্ৰেমিক চৰাই?কোন প্ৰেমিকে;কোন প্ৰেমিকে মোৰ দৰে মাতাল হৈ সুৰা পান কৰে যৌৱনৰ প্ৰথম প্ৰেয়কীক পাহৰিবলৈ৷মইটো এইবাবেই অল্ড মংকৰ ৰ পেগক কন্ঠস্ব কৰো যাতে মই সহ্য কৰিব পাৰো তোমাৰ অস্তিত্বক৷“ ক্ষমা কৰিবা ৰবীন্দ্ৰনাথ মোৰ চন্দ্ৰমুখীজনীক কণমান জোকোৱাৰ স্বাৰ্থত মই আজি বাধ্য হৈ ডালপাত যোৰা দিলো তোমাৰ অমৰ সৃষ্টি দেববাবুৰ বিখ্যাত ডাইলগ’ত৷কিন্তু কি কৰিম কবি গুৰু তাইৰ সজল চকু,তীক্ষ্ণ চাৱনি,ফুলি উঠা নাকৰ পাহি,তেজৰঙা দুগাল আৰু কম্পিত ওঠৰ মাজতেই যে মই মুৰুলীবাদাক কানাই হৈ মোৰ মোহন বংশীত জোকোৱাৰ সুৰ বজাই মোৰ অভিমানী ৰাধাক বিচাৰি পাওঁ৷ফুলি উঠা নাকৰ পাহিৰে অভিমানৰ বেহেলা বজাই সজল নয়নৰ অধিকাৰীণী মোৰ ৰাধাৰ কম্পিত ওঠে প্ৰক্ষেপিত কৰিলে শক্তিশেলৰ,“যোৱা৷দেববাবু তুমি তোমাৰ কৈশোৰ আৰু যৌৱনৰ আলিকেঁকুৰিৰ প্ৰেয়সী পাৰৰ’ স্মৃতি সমুদ্ৰতেই বিলীন হৈ পৰা৷চন্দ্ৰমুখীৰ প্ৰেমক স্বীকাৰ কৰিবলৈ সুৰামগ্ন দেৱবাবুৰ সময়েই বা ক’ত?অভিমানী ৰাধাই কানাইৰ কাষৰ পৰা দ্ৰুতখোজেৰে আতৰি যোৱাৰ প্ৰচেষ্টা চলাইছিল৷আসঃ আৰু অভিনয় কৰিব নোৱাৰি তাইৰ অশ্ৰুসিক্ত দুগালৰ মুকুতা মালাধাৰিক মচি মই তাইক মোৰ দুবাহুৰ মাজত সাবতি ল’লো৷এজাক হিম চেচা পাহাৰীয়া উন্মনা বতাহে মোক কোবাই গ’ল,পশ্চিমৰ আকাশত বিজুলী চমকিল আৰু এজাক কিণকিণীয়া বৰষুণৰ আগমনৰ সৈতে কোঠাৰ লাইটকেইটা নুমাই থাকিল৷অৱশ্যে হনিমুন চ্যুটত সন্ধিয়াৰ পৰাই প্ৰজ্বলিত সুগন্ধি মমডালৰ ক্ষীণ পোহৰে হিলষ্টেচনৰ বৰ্ষামুখৰ নিশাটোক অধিক মায়াবীহে কৰি তুলিছিল৷নীলনয়নাৰ শান্ত চকুহাল যেন সাগৰতকৈও গভীৰ৷এই যেন মই ডুব যাম,নিজকে হেৰুৱাই পেলাম তাইৰ মাজত!“হেই কি চাই আছা!দেববাবু৷নে এই মায়াবী নিশাও সদায়দৰেই উপেক্ষা কৰিবা তোমাৰ প্ৰেমৰ পূজাৰিণী চন্দ্ৰমুখীক!” আকুলতা ভৰা কন্ঠৰে তাই মোৰ হাততখনত খামুচি ধৰি শুধিলে৷“আস বাদ দিয়া হে বঙালী বাবুৰ প্ৰেম কাহিনী৷আজি মোৰ মনত পৰিছে উৰণীয়া মৌৰ সেই হৃদয়স্পৰ্শী গীতৰ কলিলৈ৷মই ওঠত এটা দুষ্ট হাঁহি আকি দি তাইক ক’লো৷“আৰে দেব বাবু৷গোৱা আকৌ৷কিমান নো মদিৰাৰ ৰাগীত ডুবি-ডুবি শুনিবা তোমাৰ চন্দ্ৰমুখীৰ বিষাদভৰা কন্ঠৰ “মাৰ ডালা“ ৷“
“গুপুতে-গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা…………… যৌৱনত জানো পাপ থাকে? প্ৰকাশ জানো বন্ধ থাকে? সাগৰে জানো লহৰক কৰে কাহানিও অৱহেলা৷“ জনঅৰণ্যৰ পৰা সহস্ৰযোজন দুৰৰ প্ৰকৃতিৰ শীতল ৰম্যভূমি,মন উতনুৱা কৰা ফাগুণী পচোৱা,কিণকিণীয়া বৰষুণ, নিশাৰ আকাশৰ ডাৱৰ ভেদি চন্দ্ৰমাৰ জোনালী আভা ,কোঠাৰ ক্ষীণ আভা আৰু কেণ্ডেলৰ কুমলীয়া সুৱাস৷মোৰ বাহুবন্ধনত মোৰ ৰাধা হয়তো চন্দ্ৰমুখীও৷দুয়োৰে ৰক্তস্ৰোতত ধাৰা হৈ বৈছে এপিনেফ্ৰিন আৰু নৰ এপিনেফ্ৰিন সেয়ে হয়তো মোৰ বাহুবন্ধন ক্ৰমে কঠোৰ হৈ পৰিছে,তাইৰ তেজৰঙা ওঠযুৰি কপি উঠিছে৷মই তাইৰ ওঠত এজন নিপুণ শিল্পীৰ দৰে মৰমৰ ৰং তালিকাৰে উপৰ্য্যপুৰি অংকণ কৰিছো মৰমৰ চানেকিস্বৰূপ চুম্বনৰ৷হয়তো মোৰ ৰক্তধাৰাত এতিয়া টেষ্টোষ্টেৰনৰ সোঁত বৈছে আৰু তাইৰ ৰক্তধাৰাত ইষ্ট্ৰোজেনৰ৷হয়তো সেইবাবেই প্ৰচণ্ড শীতকো ভেঙুচালি কৰি আমাৰ শৰীৰ দুটাৰে তপত ঘামৰ স্ৰোত বৈছে আৰু আমি ফোপাইছো৷আস!কি যে এক আদিম ভোক৷নিজৰ সচেতন মনৰ অজ্ঞাতেই অসচেতন মনৰ নিৰ্দেশত মই তাই শৰীৰক নগ্ন কৰাৰ এন্দুৰ দৌৰাত নামিছো আৰু তাই এটা-এটাকৈ আজুৰি খুলিছে মোৰ চোলাৰ প্ৰতিটো বাটম৷তাইৰ কাণৰ কাষত ফুচফুচাই ক’লো,হেই চন্দ্ৰমুখী!আহা আজিৰ এই বৰ্ষামুখৰ ৰাত্ৰিত আমি পৰস্পৰৰ শৰীৰ সমুদ্ৰত মণি-মুকুতাৰ সন্ধানত বুৰ মাৰো৷আহা আমি বিলীন হৈ যাওঁ নিজৰেই মাজত৷ধীৰ গতিত মোৰ তপ্ত ওঠখন তাইৰ ডিঙিৰ কাষেৰে পিছলি আহি তাইৰ উকা পিঠিখনত মৰমৰ ৰং তুলিকাৰে পুনৰ উপৰ্য্যপুৰি অংকণ কৰিবলৈ আৰম্ভ কৰিলে আমাৰ প্ৰেমৰ চানেকিৰ-দ্য লাভ বাইটছ৷দুষ্ট হাতত দুখনে ইতিমধ্যেই নিয়ন্ত্ৰণ হেৰুৱাই তাইৰ চুৰ্ণীখন খহাই বক্ষ দেশত প্ৰৱেশ কৰি প্ৰেমৰ স্পৰ্শৰে বক্ষ প্ৰদেশক জীপাল কৰিবলৈ আৰম্ভ কৰিছিল৷তাইৰ উশাহ বোৰ ঘন হৈ আহিছিল৷মাজে-মাজে তাইৰ কন্ঠৰে নিস্কাষিত হৈছে দুই-এটা অস্ফুট আদিম গেঙনি৷তাইৰ প্ৰতিটো গেঙনিয়েই জোনাকৰ বৰষুণৰ নিশাটোক অধিক আদিম আৰু মায়াময় কৰি তুলিছিল আৰু ইয়াৰ পৰিণতিতেই মোৰ কম্পিত জিভাই ইতিমধ্যেই বগাবলৈ আৰম্ভ কৰিছিল মোৰ প্ৰিয়তমাৰ নাভী দেশত৷মোৰ জিভাৰ তপ্ত স্পৰ্শই তাইৰ উত্তেজনাত ইন্ধন যোগাইছিল৷তাইৰ হাতৰ বন্ধনো ক্ৰমে কঠোৰ হৈ পৰিছিল৷মই টানি খুলি পেলাইছিলো তাইৰ শৰীৰৰ অন্তিমটুকুৰা কাপোৰৰ যিয়েই প্ৰতিবন্ধক হৈ ঠিয় দিছিল দুটা শৰীৰক এক কৰাৰ পথত৷চন্দ্ৰমুখীৰ শুভ্ৰ-কোমল হাতদুখনক তাইৰ দেৱবাবুয়ে কঠোৰ আঙুলিৰ স্পৰ্শৰে চেপি ধৰি তাইৰ বুকুৰ স্তনদেশত এটা শিশুৰ দৰে মুখ গুজিছিল৷শৰীৰৰূপী দুখন পবিত্ৰ নদীৰ সংগম,সীমাহীন উত্তেজনা,দীঘল নিশ্বাস আৰু ৰাতিৰ নিৰ্জনতাক ভেদি তাইৰ মৰমআকলুৱা চিৎকাৰ৷প্ৰায় আধাঘণ্টামানৰ জোৱাৰৰ অন্তত যৌৱন সমুদ্ৰ পুনৰ শান্ত হ’ল তাইৰৰ শৰীৰৰ নিম্ন অংশৰে নিগৰা এসোঁতা কেঁচা তেজৰ বিনিময়ত৷বাহুবন্ধন ক্ৰমে শিথিল হ’ল৷দুয়োটাই দীৰ্ঘ নিশ্বাস এৰি পুনঃ প্ৰকৃতস্থ হোৱাৰ প্ৰচেষ্টা চলালো৷প্ৰায় পোন্ধৰ মিনিটৰ অন্তত মই তাইৰ উলংগ শৰীৰৰ অধ্যাদেশক চুম্বন কৰি তাইৰ শৰীৰটো এখন পাতল ব্লেংকেটেৰে ধাকি দি ঠিয় হ’লো৷
প্ৰায় এঘন্টাজুৰি মনসমুদ্ৰক অশান্ত কৰি ৰাখিছিল যৌন হৰমোনৰ জোৱাৰ-ভাটাই৷এতিয়া চন্দ্ৰমুখীৰ দেৱবাবুক এগিলাচ পানীৰ প্ৰয়োজন৷গিলাচত পানী বাকোতেই হঠাৎ আইনাত এক বীভৎস প্ৰতিবিম্ব দেখা পাই চিৎকাৰ কৰি উঠিলো৷মলিয়ন মুখৰ প্ৰায় এজন কুৰিবছৰীয়া ডেকা,ৰুক্ষ কেশ,ঘৃণামিশ্ৰিত শীতল চাৱনি,ওঠত এক বিকৃত আৰু বিদ্ৰুপসূচপ হাঁহিৰ ঢৌখেলা ৰেখা৷কপালৰ সোমাজত এক গভীৰ ক্ষত স্থান য’ৰপৰা প্ৰতিমূহূৰ্ততে সৰি পৰিছে দুৰ্গন্ধময় কেঁচা তেজৰ টোপাল৷“হেই কি হ’ল!“ মই মূক হৈ ৰ’লো৷ডেকাজনৰ চকুহাল যেন কিবা এক সাংঘাতিক সন্মোহনী গুণৰ অধিকাৰী৷এনে লাগিল তাইৰ মাতটো যেন বহু দুৰৈৰ পৰা ভাহি আহিছে৷মোৰ আগোচৰেই মোৰ কন্ঠত প্ৰতিধ্বনিত হ’ল সেই ডেকাৰ ওঠত স্থান পোৱা বিদ্ৰুপসূচক হাঁহিটোৰ,”আৰে!কি সুৰাসক্ত এক নতুন প্ৰেমিকক পালা তুমিটো মোৰ অস্তিত্বকে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলা৷এতিয়া তুমি চন্দ্ৰমুখী হোৱাৰ অভিনয় কৰিছা৷আৰে মই,মই তোমাৰ দেব বাবু আৰু তুমি মোৰ পাৰ’?মনত পৰিছেনে পাৰ?“ “নয়ন তুমি কিন্তু তুমিটো…….?” “হা,হা বেছেৰী পাৰ’৷হয় ময়েই তোমাৰ নয়ন৷তোমাৰ প্ৰথম প্ৰেম৷কিন্তু পাৰ’ তুমি যে মোক শ্বিলংৰ সেই উমাল সন্ধিয়াটোত অকলশৰীয়া কৰি মোৰ প্ৰেমৰ ৰক্ত জৱাক ভৰিৰে মোহাৰি আতৰি আহিছিলা সেইদিনাই তোমাৰ নয়নৰ মৃত্যু ঘটিল৷নয়নৰ শুকাই যোৱা চকুপানীয়ে জন্ম দিলে দেৱৰ৷সুৰাৰ ৰাগীত মাতাল হৈ পাৰ’ৰ মৰীচিকা খেদি ফুৰা দেৱৰ৷ এনেকৈ এটা বৰ্ষামুখৰ নিশাত তোমাৰ মাতাল দেৱে তোমাক বিচাৰি ফুৰটো খিড়িকীৰ সিপাৰৰ সৌ গিৰিখাতটোত খহি পৰিল৷দেৱৰ ফুটা কপালেৰে বৈ আহিল অবিৰত ৰক্তধাৰা৷কিন্তু দেৱৰূপী জমিদাৰ বাবুৰ অৰ্দ্ধাংগিনীৰ তেওঁ দুৰ্ভগীয়া মৃত্যুমুখী প্ৰেমিকক শেষ বিদায় দিবলৈ আহৰিয়েই বা ক’ত?তাৰ পিছতো মই অশৰীৰ হৈ অপেক্ষা কৰি ৰ’লো মোৰ পৃথিৱীলৈ তোমাৰ আগমনৰ৷মইতো ভাবিছিলো তুমি এতিয়াও জমিদাৰৰ হাউলিত গুঠি আছা আমাৰ প্ৰেম গাথাঁৰ অভিমানৰ ছুৱেটাৰ৷দশকযোৰা অপেক্ষাৰ অন্ত পেলায় তুমি পুনৰ আহিলা দেৱদাৰুৰ দেশলৈ কিন্তু এইবাৰৰ এই নিঃকিন প্ৰেমিক দেৱৰ পাৰ’ হয় নহয় জমিদাৰ বাবুৰ ৰক্ষিতা চন্দ্ৰমুখী হৈ৷মোৰ অশৰীৰ সত্বাই নিয়ৰৰ ফুল হৈ চকুলো টুকিলে দেৱদাৰুৰ হালধীয়া পাতত৷কিন্তু মোৰ সহ্য নহ’ল অ’ যেতিয়া মোৰ পাৰ’ৱে ৰক্ষিতা চন্দ্ৰমুখীৰ ভূমিকাত অৱতীৰ্ণ হৈ স্বইচ্ছাই তাইৰ শৰীৰটো সপি দিলে এই জমিদাৰ বাবুৰ হাতত বিনা সংকোচে৷কি এয়াই নেকি তোমাৰ প্ৰেম৷“ তাই শীতল কন্ঠৰে প্ৰত্যুত্তৰ পৰ্বৰ আৰম্ভণি ঘটালে “তুমি মোক ভুল বুজিছা নয়ন৷শ্বিলংৰ সেই গধূলিটোত আৰু পুনৰ আজি এই চন্দ্ৰমুখী আৰু দেৱবাবুৰ মধুচন্দ্ৰিকাৰ নিশাত৷আস!তুমিনো মোক কিদৰে বুজি পাবা নয়ন৷কাৰণ তোমাৰ প্ৰেমৰ পৰিধি যে কেৱল শাৰীৰিক সুখৰ ঠেক পৰিগণ্ডিৰ মাজতেই সীমাবদ্ধ৷ভাল পোৱা আৰু ভাল লগা একে নহয়৷তুমি মোক ভাল পোৱা নাছিলা নয়ন বৰঞ্চ তোমাৰ কেৱল ভাল লাগিছিল মোৰ গাভৰু দেহাক৷তুমি বিছাৰিছিলা অনুমতি মোৰ পৰা?তুমি জানো এবাৰ প্ৰশ্ন কৰিছিলা মোক মই সচাৰ্থত প্ৰস্তুত হয় নে নহয়৷এয়াই নেকি তোমাৰ প্ৰেম যি শৰীৰত আৰম্ভ হৈ শৰীৰতেই শেষ হ’য়৷ “কিন্তু“ “কোনো কিন্তু নাই নয়ন৷মোৰ গাভৰু দেহাটি আছিল তোমাৰ যৌৱনৰ অন্যতম আকৰ্ষণ মাত্ৰ৷সেয়া আত্মিক প্ৰেম নাছিল৷ন’হলে তুমিও অপেক্ষা কৰিলা হ’য় এই চন্দ্ৰমুখীৰ দেৱবাবুৰ দৰে আমাৰ মধু চন্দ্ৰিকাৰ প্ৰথম নিশালৈ অথবা এবাৰলৈ হ’লেও বুজ লোৱাৰ চেষ্টা কৰিলাহেঁতেন মোৰ মনৰ ধুমুহাজাকৰ৷যি পুৰুষে নাৰীৰ মৰ্য্যদা,স্বাধীনতা আৰু ইচ্ছা-অনিচ্ছাক লৈ অনাসক্ত তেওঁ প্ৰেমিক নহয়,তেওঁ স্বামীও নহয় তেওঁৰ মাত্ৰ এটাই পৰিচয় থাকে৷সেয়া হ’ল ধৰ্ষণকাৰী৷তুমি প্ৰেমিক নহয়৷হ’বই নোৱাৰা৷তুমি ধৰ্ষণকাৰী নয়ন৷তুমি ধৰ্ষণকাৰী মাত্ৰ৷“ “শৰীৰেই আমাৰ মিলনত বাধাৰ প্ৰাচীৰ হৈছিল এক দশক পূৰ্বে আৰু আজিও৷মোৰ আগোচৰেই মোৰ ওঠত এটা কুটিল হাঁহি ফুটি উঠিল আৰু নয়নৰ প্ৰচণ্ড ক্ষোভৰ দাৱানালৰ সন্মুখত মোৰ অসহায় হাত দুখনে মোৰেই অজ্ঞাতে মোৰ প্ৰেয়সীৰ ডিঙিটো কঠোৰভাৱে চেপি ধৰিল৷
মোৰ অৱচেতন মনটোৱে বাৰে-বাৰে ৰিঙিয়াইছে নয়ন এজন ধৰ্ষণকাৰী৷প্ৰকৃতিয়ে নিজস্ব পদ্ধতিৰে হয়টো তাক দণ্ড বিহিলে৷ IPC 375 য়ে মোৰ কৰ্ণকুহকত আৰ্তনাদ কৰিছে বিনাসন্মতি আৰু বিনাইচ্ছাত হোৱা প্ৰতিটো যৌন সম্পৰ্কই বলৎকাৰৰ নামান্তৰ মাত্ৰ৷হয়টো আজি নয়ন তাইৰ স্বামী হোৱা হ’লে তাই প্ৰতিনিশাই ধৰ্ষিতা হ’লহেঁতেন আৰু দুৰ্বল আইনব্যৱস্থা বিগত শতাব্দীসমূহৰ দৰেই পৰিণত হ’লহেঁতেন মাথো নীৰৱ দৰ্শকত৷অৱচেতন মনৰ সমুদ্ৰ মন্থনত জ্ঞানৰ অমৃতৰ হীৰণ্ময় কলহ লৈ মোৰ কাষত ঠিয় দিলে মোৰ স্বৰ্গীয় আইতাই৷আইতাৰ কন্ঠত পুনশ্চঃ প্ৰতিধ্বনিত হ’ল ষোল্লহাজাৰ এশ কন্যাৰ ইচ্ছাৰ বিৰূদ্ধে বিবাহ পাশত আবদ্ধ কৰিব খোজা নৰকাসুৰৰ পতন আৰু কৃষ্ণৰ ধৰ্ম প্ৰতিষ্ঠাৰ শৈশৱৰ ৰসাল কাহিনী৷অৱচেতন মনে জপ কৰিলে সেই পবিত্ৰ শ্লোক,”ঔমঃ নমোঃ ভাগৱতেঃ বাসুদেৱায়ঃ নমঃ“ হঠাৎ যেন শৰীৰত বিজুলীৰ সঞ্চাৰ হ’ল৷শৰীৰৰ অংগ-পতংগবোৰৰ ওপৰত মই পুনৰ হৃত নিয়ন্ত্ৰণ ঘুৰাই পালো৷মই তাইক সাৱতি কপালত এটা চুমা আঁকি দিলো৷তাই উচুপি উঠিল৷

“হেই চন্দ্ৰমুখী মধুচন্দ্ৰিকাৰ প্ৰথম নিশা এনেকৈ উচুপি কান্দিলে কিন্তু এই দেৱবাবুয়েই বদনামী হ’ব৷“ এইবাৰ তাই হকহুকাই কান্দি উঠিল,“মোক ক্ষমা কৰি দিয়া৷তোমাৰ এই পাগলী প্ৰেয়সীজনীয়ে তুমি এৰি যোৱাৰ ভয়তেই নয়নৰ সকলো কথা লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল৷“ মই গহীনাই ক’লো,”হ’ব দিয়া ৫০-৫০ এপেকেট খাই শুই থাকা৷“মানে?“ তাই চৰম আশ্বৰ্য্যৰে সুধিলে৷মই ওঠত দুষ্ট হাঁহি এটা পৰিধান কৰি ক’লো,“মানে তুমি সন্দেহ কৰাৰ দৰে কলেজীয়া দিনত পাৰ’ এজনী আছিল৷এদিন তাইৰ বেগৰ পৰা মোৰ ভাবী শহুৰ দেউতাই মোৰ কাউৰিঠেঙীয়া আখৰৰ প্ৰেমপত্ৰখন উদ্ধাৰ কৰিলে৷“ “তাৰ পিছত?“ তাই পৰম উৎকণ্ঠাৰে সুধিলে৷ “তাৰ পিছত আৰু কি পাৰ’ পাৰ চৰাই হৈ উৰা মাৰিল৷দেউতাকৰ ট্ৰেন্সফাৰ আহিছিল৷মই দেৱবাবু হ’লো৷তুমি চন্দ্ৰমুখী হৈ মোক সামৰি ৰ’লা৷ তাইৰ ওঠত এটা সলাজ হাঁহি বিৰিঙি উঠিল,” না বাবা না৷আজি দেখিছাই ন’হয় কেনেকৈ নয়ন-দেৱ-পাৰ’-চন্দ্ৰমুখী-জমিদাৰ বাবু সকলোৰে খিচিৰি বনি গ’ল৷“ “ৰাধা হ’বা মই কানাই হৈ বৃন্দাবনত বাঁহী বজাম তুমি যমুনাৰ ঘাটলৈ আহিবা আমি ৰাস কৰিম৷শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন…………” “এহ হ’ব হ’ব৷জানো নহয় ল’ৰামখাৰ কথা ৰাধা হ’বা মই কৃষ্ণ হ’ম৷তেতিয়াহে যমুনাঘাটত মোক অকলশৰীয়া কৰি অকলে দ্বাৰকাত গৈ ষোল্লহাজাৰজনী পাটমাদৈৰ সৈতে সংসাৰ পাতিব পাৰিবা৷“ “পাৰ্বতী হ’বা৷মই ভোলা-ভালা মহাদেৱ হ’ম৷“ তাই লাজলাজকৈ মুৰ দুপিয়ালে৷মই পৰম সন্তুষ্টিৰে এটা ছিগাৰেট জ্বলালো৷“হেই হ’ল ন!আকৌ কৰি দিলা আৰম্ভ৷“ “আৰে গৌৰী মই হ’লো ভঙুৱা মহাদেৱ৷আজি জনিবা ধতুৰা নাপায় ধপাতকে হুপিলো৷“ “ইস!তেওঁৰ চালনাটো কি চাবা গোটেইজন কৃষ্ণই৷ইফালে নিজকে কয় আকৌ ভোলা-ভালা মহাদেৱ৷হুহ৷“ ছিগাৰেটৰ ধোৱাখিনি এৰি দি এটা বিজয়ৰ হাঁহি মাৰি ক’লো,”অ’ তো আকৌ মই কৃষ্ণ মোৰ ৰূক্মিণীৰ কৃষ্ণ৷

