
গান্ধী সম্পৰ্কে নিৰপেক্ষ অধ্যয়ন কৰাৰ অন্তত মই এই সিদ্ধান্তত উপনীত হৈছো যে মোহনদাস কৰমচান্দ গান্ধীৰ দৰে এজন অসৎ আৰু ভণ্ড ব্যক্তিক জাতিৰ পিতা মহাত্মা গান্ধী অভিধাৰে বিভূষিত কৰিলে আমিও পাপৰ ভাগী হ’ব লাগিব৷
গান্ধীযে দক্ষিণা আফ্ৰিকাত কৰ্মৰত হৈ থাকোতে ব্ৰিটিছ চৰকাৰলৈ এখন চিঠি লিখিছিল ৷ সেই বিশেষ চিঠিখনৰ সাৰাংশ আছিল এনেধৰণৰ ” যিহেতু আফ্ৰিকা নিবাসী ভাৰতীয় সকলৰ শৰীৰৰ বৰণ আফ্ৰিকাৰ কৃষ্ণাংগ সকলতকৈ কিছু শুভ্ৰ সেয়ে ব্ৰিটিছ চৰকাৰে ভাৰতীয় সকলক গভীৰ কৃষ্ণবৰ্ণৰ কৃষ্ণাংগ সকলতকৈ সমাজত উচ্ছ আসন প্ৰদান কৰা উচিত ৷ ” ঐতিহাস্যিক দলিলস্বৰূপ এই চিঠিখনেই গান্ধীৰ বৰ্ণবাদী (Racist) চৰিত্ৰ উদঙাই দিবৰ বাবে পৰ্য্যাপ্ত ৷
কংগ্ৰেছৰ আৰ্শীবাদপুষ্ট স্বাধীন ভাৰতৰ পক্ষপাতদুষ্ট বামপন্থী ইতিহাসবিদ সকলে সেইজন গান্ধীক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহানায়ক ঘোষণা কৰিলে যি সমগ্ৰ আন্দোলনৰ কাল চোৱাত প্ৰশাসনৰ পৰা সামান্যতম লাঠীৰ কোব এটাও খোৱা নাছিল ৷ গান্ধীৰ স্বেচ্ছাচাৰিতাৰ বাবেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰছৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লৈ দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷ গান্ধী-আৰউইন চুক্তিৰ আধাৰত ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক কাৰাগাৰৰ পৰা মুক্ত কৰাৰ পূৰ্ণ কতৃত্ব গান্ধীৰ হাততেই ন্যাস্ত আছিল ৷ কিন্তু ব্ৰিটিছ চৰকাৰৰ পুতলা বিপ্লৱী গান্ধীয়ে সেয়া হ’বলৈ নিদিলে ৷ পৰিণতিত আমি ভাৰত মাতাৰ তিনিজন মহান সন্তানক আকালতে হেৰুৱালো ৷
গান্ধীয়েই হয়তো পৃথিৱীৰ প্ৰথম আৰু অন্তিমজন ব্যক্তি যিয়েই চাৰিজন সন্তানৰ পিতৃ হোৱাৰ অন্তত নিজৰ ভতিজিৰ সৈতে একেখন বিছনাতে উলংগ হৈ শুই ব্ৰহ্মচাৰ্য্যৰ সাধনা কৰিছিল ৷
গান্ধীু,নেহেৰু আৰু জিন্নাৰ অদুৰদৰ্শিতাৰ বাবেই ভাৰত ৰাষ্ট্ৰ দ্বিখণ্ডিত হৈছিল ৷ জুয়ে পোৰা – তেজে ধোৱা বিভাজনৰ এই কালছোৱাত হিন্দুৰ নৰসংহাৰৰ সাক্ষী হৈ প্ৰথম অৱস্থাত গান্ধীয়ে মৌনব্ৰত ধাৰণ কৰিছিল ৷ কিন্তু যেতিয়াই হিন্দু সমাজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিলে তেতিয়া গান্ধীয়ে পুনৰ অহিংসাৰ বাণী বিলাবলৈ আৰম্ভ কৰি দিলে ৷ গান্ধীয়ে ভাৰতীয় মুছলমান সকলক দেশ এৰি নাযাবলৈ কাকুতি-মিনতি কৰিছিল অথচ পাকিস্থানৰ হিন্দু আৰু শিখ সকলৰ ভাৰত প্ৰত্যাবৰ্তনত বাধাৰ প্ৰাচীৰ ৰূপে ঠিয় দিছিল৷
বিভাজনৰ সংঘৰ্ষ কালত যদি কোনো মুছলমানে হিন্দু বা শিখ মহিলাক বলৎকাৰ কৰাৰ চেষ্টা চলাই তেন্তে প্ৰাণ ৰক্ষাৰ নিমিত্তে গান্ধীয়ে সেইসকল মহিলাক বলৎকাৰীৰ সন্মুখত উলংগ হৈ ভৰিদুখন মেলি দি ধৰ্ষণকাণ্ডত বলৎকাৰী পুৰুষজনক সহযোগ কৰিবলৈ উপদেশ দিছিল ৷
পাকিস্তানৰ পৰা প্ৰাণৰ মমতাত পলাই আহি দিল্লীৰ জামা মছজিদত আশ্ৰয় গ্ৰহণ কৰা দুৰ্ভগীয়া হিন্দু আৰু শিখ শৰণাৰ্থী সকলক গান্ধীয়ে মছজিদ ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল ৷ এইক্ষেত্ৰত তেওঁ যুক্তি দৰ্শাইছিল যে মুছলমানৰ পবিত্ৰ উপাসনাস্থলীত হিন্দু আৰু শিখ শৰণাৰ্থীৰ আশ্ৰয় গ্ৰহণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷
গান্ধীৰ আমৰণ অন্নশনৰ সন্মুখত হাৰ মানি তদানীন্তন ভাৰত চৰকাৰে অনিচ্ছাস্বতেও তদানীন্তন পাকিস্থান চৰকাৰক পঞ্চাশ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল আৰু সেই ধন ৰাশিৰে দুব্যৱহাৰ কৰি খাই পাত ফলা পাকিস্তানে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ গুজৰাটৰ ভুজ অঞ্চলত এয়াৰ ষ্ট্ৰাইক কৰি বিভীষিকা আৰু ৰক্তপাতৰ সূচনা কৰিছিল৷
ঠোৰতে ক’বলৈ গ’লে এয়াই আছিল গান্ধীৰ ব্যক্তিত্ব ৷ ৰাষ্ট্ৰবাদী বীৰ নাথুৰম গডছেয়ে গান্ধীক বধ নকৰাহ’লে হয়তো ভাৰতে আৰু কি-কি বীভিষিকাৰ সন্মুখীন হ’ব লগা হ’লহেঁতেন সেয়া নেদেখাজনেহে জানে ৷
ইয়াৰ পিছতো আপুনি যদি গান্ধীক জাতিৰ পিতা,মহাত্মা,অহিংসাৰ পূজাৰী আদিৰ দৰে বিভূষণেৰে বিভূষিত কৰে সেইয়া আপোনাৰ একান্তই ব্যক্তিগত সিদ্ধান্ত আৰু সেই সম্পৰ্কে হস্তক্ষেপ কৰাৰ মোৰ কোনো অধিকাৰ নাই৷ কিন্তু মোৰ দৃষ্টিত গান্ধী সদায়েই এটা নীচ,লম্পট,বৰ্ণবাদী,চৰিত্ৰহীন, দেশদ্ৰোহী আৰু পাকিস্তান প্ৰেমী কুলাংগাৰেই হৈ ৰ’ব৷